গহপুৰৰ বজাৰত মাছৰ উজান

By

Published : Jan 13, 2021, 12:11 PM IST

thumbnail
আজি ভোগৰ উৎসৱ ভোগালীৰ উৰুকা । পুৱাৰ ভাগৰ পৰাই মাছ ক্ৰয় কৰিবলৈ মাছৰ বজাৰ ,বিল,পুখুৰীত গ্ৰাহক সকলে ভিৰ কৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গহপুৰ জকাপৰাৰ মহাবাহু ফিচাৰীটো মাছ ক্ৰয় কৰিবলৈ পুৱাই গ্ৰাহকৰ আগমন ঘটে । উৰুকাৰ পুৱাই মহাবাহু ফিচাৰীৰ বিধে-বিধে মাছ এতিয়া গহপুৰৰ বিভিন্ন বজাৰলৈ উলিয়াই দিয়া হৈছে । গহপুৰৰ মহাবাহু ফিচাৰীৰ চিতল,খৰিয়া,ৰৌ বাহুৰে ভৰি পৰিছে বজাৰ । প্ৰতি কেজি চিতলত ৬০০ টকাৰ বিপৰীতে আন মাছ সমূহ ৪০০ টকা প্ৰতি কেজিত বিক্ৰী হৈছে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.