30 বছৰে হিন্দুৰ ভোটত জয়ী হৈ আছোঁ : গৌতম ৰয়

By

Published : Aug 10, 2019, 2:10 PM IST

Updated : Aug 10, 2019, 3:35 PM IST

thumbnail
আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ গৌতম ৰায়ৰ ।  দেওবাৰে পুৱা ১১ বজাত বিজেপিত যোগদানৰ সম্ভাৱনা । কংগ্ৰেছ ত্যাগ কৰিয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য নেতাগৰাকীৰঃ " মই 30 বছৰে হিন্দুৰ ভোটত জয়ী হৈছো , সেয়ে হিন্দুত্বৰ প্ৰতি আকৰ্ষিত হৈছো "
Last Updated : Aug 10, 2019, 3:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.