নগাঁৱত মীন বিভাগৰ উদ্যোগত সুলভ মূল্যৰ মাছৰ বজাৰ - উৰুকাত নগাঁও মীন বিভাগ
🎬 Watch Now: Feature Video

উৰুকাত নগাঁও মীন বিভাগ আৰু জিলা প্ৰশাসনে ব্যৱস্থা কৰিলে সুলভ মূল্যৰ মাছৰ বজাৰ। নগাঁও মীন বিভাগৰ কাৰ্যালয়ৰ সমীপতে সুলভ মূল্যৰ মাছ বিক্ৰীৰ ব্যৱস্থা কৰিছে মীন বিভাগে । পুৱাৰ পৰাই মাছ ক্ৰয় কৰিবলৈ ভিৰ কৰিছে গ্ৰাহকে ।