বঙাইগাঁৱত বন্যাৰ্তৰ মাজত বান সাহায্য বিতৰণ - ঈদৰ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 4, 2022, 2:41 PM IST

বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত বাশবাৰীত আই নৈৰ খহনীয়াত সৰ্বহাৰা হোৱা ৬৫ টা পৰিয়ালৰ মাজত ঈদৰ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে অসম আৰক্ষীৰ জোৱান মোজাম্মেল হকে(Flood relief distribution at Manikpur in Bongaigaon) । নিজৰ কৰ্তব্যত ব্যস্ত থকাৰ বাবে আৰক্ষী জোৱানজনে আমছুৰ বঙাইগাঁও জিলা সমিতি আৰু ভাণ্ডাৰা আঞ্চলিক আমছুৰ সহযোগত বিতৰণ কৰে এই সামগ্ৰীসমূহ । অসম আৰক্ষীত কৰ্মৰত আৰক্ষী জোৱান মোজাম্মেল হকে আমছুৰ ৰেজাউল আহমেদৰ সহযোগত ঈদৰ বাবে বিতৰণ কৰে সামগ্ৰীসমূহ । ইফালে, আৰক্ষী জোৱানজনৰ এনে মহানুভৱতাক সকলোৱে প্ৰশংসা কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.