Rape case at Gaurisagar : গৌৰীসাগৰত গণ ধৰ্ষণৰ বলি হ’ল অসহায় মহিলা - গৌৰীসাগৰত গণ ধৰ্ষণৰ বলি হ’ল অসহায় মহিলা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 13, 2022, 10:53 PM IST

শিৱসাগৰৰ গৌৰীসাগৰত জঘণ্য ধৰ্ষণ ঘটনা (Rape case at Gaurisagar) ৷ পাঁচটাকৈ লম্পটৰ কামনাৰ বলি হ’ল এগৰাকী অসহায় মহিলা ৷ ভটীয়াপাৰৰ ৰাতুল দাস নামৰ লম্পটটোৰ গৃহত ধৰ্ষণ কৰে পাঁচটাকৈ অভিযুক্তই ৷ বিগত ১০ তাৰিখে নিশা সংঘটিত ঘটনা বৃহস্পতিবাৰে পোহৰলৈ অহাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে গৌৰীসাগৰ আৰক্ষীয়ে পাঁচটা লম্পটকো গ্ৰেপ্তাৰ কৰিছে (Five gang rape accused arrested at Gaurisagar) ৷ অভিযুক্ত কেইটা হৈছে গৌৰীসাগৰৰ ইমৰাণ হুছেইন ওৰফে মইনা, অচিন্ত গায়ন, প্ৰশান্ত গায়ন, ৰাতুল দাস আৰু ধীৰেন দাস ওৰফে নিগনি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.