পাথাৰকান্দিত ইভিএম বিকল - ইভিএম বিকল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11234021-thumbnail-3x2-j.jpg)
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে কৰিমগঞ্জৰ পাথাৰকন্দিত ইভিএম বিকল ৷ সমষ্টিটোৰ 70 নং ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হৈ থকাৰ ফলত আৰম্ভ কৰিব পৰা নাই ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱাৰে পৰা ভোট দিবলৈ দীঘলীয়া শাৰী ভোটাৰসকলৰ ৷ প্ৰায় এঘণ্টা ধৰি বন্ধ হৈ থাকে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷