কণমানি হৰ্ষিতাৰ সৈতে এইবাৰৰ সঁফুৰা - ETV SAFURA PROMO
🎬 Watch Now: Feature Video

এই সপ্তাহৰ ইটিভি ভাৰতৰ 'সঁফুৰা' অনুষ্ঠানৰ অতিথি হৈছে ৰত্নাকৰ ছবিখনৰ 'এটি কথা কোৱা না' জনপ্ৰিয় গীতটিৰ কন্ঠশিল্পী হৰ্ষিতা ভট্টাচাৰ্য ৷ শণিবাৰে অনুষ্ঠান উপভোগ কৰিবলৈ লগ ইন কৰক www.etvbharat.com
Last Updated : Jan 8, 2021, 2:13 PM IST