'Ridip Abhilash craftlet'ৰ সৈতে এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা'

By

Published : Nov 21, 2020, 5:39 PM IST

thumbnail
এইবাৰৰ ইটিভি ভাৰতৰ সঁফুৰাৰ অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰ অভিলাষ দাস আৰু ৰিদিপ লহকৰ ৷ যি দুগৰাকী ছাত্ৰই গীতৰ জৰিয়তে সমাজত আনিব বিচাৰিছে পৰিৱৰ্তন ৷ ছাত্ৰ দুগৰাকীৰ আছে এটি ফ'ৰাম ৷ নাম যাৰ 'Ridip Abhilash craftlet' ৷ ছাত্ৰ দুগৰাকীৰ সৈতে উপভোগ কৰক এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা' ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.