আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ঢুলীয়াৰ সৈতে এইবাৰৰ 'সঁফুৰা' - SAfHURA
🎬 Watch Now: Feature Video

শনিবৰীয়া বিশেষ অনুষ্ঠান 'সঁফুৰা'ৰ এইবাৰৰ অতিথি আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খ্যাতি সম্পন্ন ঢুলীয়া তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিৰকজ্যোতি শৰ্মা ৷ হিৰকজ্যোতিয়ে লৈ আহিব বিহুৰ লগতে টোকাৰি গীত, থাকিব নামনি অসমৰ নাগাৰা নামৰ কলি ৷ এই অনুষ্ঠান উপভোগ কৰিবলৈ লগ ইন কৰক www.etvbharat.com ৷