গহপুৰত আৰম্ভ হৈছে ভোট গণনা - Assam elections 2021 result
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11610159-thumbnail-3x2-bgfbn.jpg)
আজি ৰাতিপুৱা ৮ বজাৰ পৰা সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি ৰাজ্যত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ আন আন জিলা সমূহৰ লগতে কটকটীয়া নিৰাপত্তাৰ মাজেৰে বিশ্বনাথৰ গহপুৰতো অনুষ্ঠিত হৈছে ভোট গণনা । ইতিমধ্যে কাউন্টিং হ'ললৈ ৰাওনা হৈছে ৰিপুন বৰা ৷ কাউন্টিং হ'লত প্ৰৱেশৰ আগতে ইটিভি ভাৰত অসমৰ আগত প্ৰকাশ কৰিলে মনৰ ভাব। চাওঁক এই প্ৰতিবেদন...