খুমটাই সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিস্মিতা গগৈয়ে - অসম বিধানসভা নিৰ্বাচন ২০২১
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11179910-561-11179910-1616835519689.jpg)
খুমটাইৰ চুঙ্গীহোলা প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিলে কংগ্ৰেছ প্ৰাৰ্থী বিস্মিতা গগৈয়ে । ভোটদানত প্ৰাৰ্থী গৰাকীক সংগ দিয়ে তেওঁৰ স্বামীৰ ভাতৃ দীপক গগৈ আৰু ভতিজা গাৰ্গী গগৈয়ে ৷ ভোটাধিকাৰ সাব্যস্ত কৰি বিস্মিতা গগৈয়ে কয় যে, ৰাজ্যত এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত ৷ উল্লেখ্য যে, প্ৰাৰ্থী গৰাকীৰ ভতিজা গাৰ্গী গগৈয়ে এইবাৰ প্ৰথম বাৰৰ বাবে ভোটদান কৰিছে ৷