পৰিস্কাৰ-পৰিচ্ছন্নতাৰ লক্ষ্যৰে "ক্লীন জখলাবন্ধা, গ্ৰীন জখলাবন্ধা"
🎬 Watch Now: Feature Video
কলিয়াবৰ, 4 মে‘: জখলাবন্ধা, বাছ যাত্ৰীৰ দুপৰীয়া আৰু নিশাৰ আহাৰ গ্ৰহণৰ স্থান। সেই আচিলাৰে বাণিজ্যিক কেন্দ্ৰ হিচাবে জখলাবন্ধা এক চিনাকী নাম, কাজিৰঙাৰ দুৱাৰমুখ । স্বচ্ছতাৰ দিশত এখোজ আগবঢ়া কলিয়াবৰৰ বাণিজ্যিক কেন্দ্ৰ ৷ এই সম্পৰ্ৰকে চাওক আমাৰ এক প্ৰতিবেদন ৷