মৰাণৰ বজাৰে বজাৰে কি কৰিছে চক্ৰ বিষয়াই ? - Moran
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11530987-thumbnail-3x2-m.jpg)
মৰাণত প্ৰতিদিনে ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ পাচতে তৎপৰ হৈছে মৰাণ প্ৰশাসন ৷ দেওবাৰে আৰক্ষীৰ সৈতে বজাৰে বজাৰে ঘূৰিছে মৰাণৰ চক্ৰ বিষয়া লুকুমণি বৰাই । ৰাইজক ক’ভিডৰ প্ৰতি সজাগ কৰাৰ লগতে ক’ভিডৰ সকলো নীতি-নিয়ম পালন কৰিবলৈ আহ্বান জনাই চক্ৰ বিষয়াগৰাকীয়ে ৷ ইফালে মাস্ক পৰিধান নকৰাসকলক আৰক্ষীয়ে জৰিমনা বিহা পৰিলক্ষিত হৈছে ৷