লালকিল্লাৰ উচুপনি

By

Published : Jan 28, 2021, 1:20 PM IST

thumbnail
মই লালকিল্লাই কৈছো,যিদিনা দেশৰ প্ৰতিজন নাগৰিকে 72 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰি বিশ্বৰ দীৰ্ঘতম সংবিধানক প্ৰশংসা কৰি আছিল তেতিয়া মই লাজত মূৰ দোৱাই আছিলো ৷ যোৱা সাতটা দশক ধৰি মই দেশ প্ৰেমৰ উৎসাহ আৰু ত্ৰিৰংগাৰ প্ৰতি থকা জনতাৰ প্ৰেমৰ সাক্ষী হৈ আছিলো ৷ কিন্তু 2021 চনৰ 26 জানুৱাৰীত মই অসন্মানিত হোৱাৰ লগতে বিৰক্ত হৈ পৰিলো ৷ অনাগত দিনত ভাৰতীয় ইতিহাসৰ পৰা এই ক'লা দাগ মচি পেলাব নোৱাৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.