দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ - দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16599228-thumbnail-3x2-amit.jpg)
দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Central home minister visited dargaon police training center) । গৃহমন্ত্ৰীগৰাকীয়ে দেৰগাঁৱৰ একাদশ অসম আৰক্ষী খেলপথাৰত হেলিকপ্তাৰৰে অৱতৰণ কৰি পোনে পোনে অসম আৰক্ষী সন্মিলনীৰ সভাগৃহ মুকলি কৰে । তাৰ পাচতে অসম আৰক্ষী অধীক্ষকসকলৰ সন্মিলন সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।