ছয়গাঁৱৰ বজাৰত 600 টকীয়া চিতল... - FISH MARKET
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10223973-thumbnail-3x2-kl.jpg)
ৰাজ্যজুৰি আৰম্ভ হৈছে উৰুকাৰ আনন্দ । উৰুকাৰ আনন্দৰ মাজতে মাছৰ বজাৰত লাগিছে ক্ৰয়-বিক্ৰেতাৰ লানি-নিচিগা ভিৰ । দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীৰ সৰ্ববৃহৎ মাছৰ বজাৰতো চলিছে মাছ কিনাৰ প্ৰতিযোগিতা । চিতল, আৰি, বৰালি আৰু ভকুৱা আদি মাছে ভৰি পৰিছে গৰৈমাৰী মাছৰ বজাৰখন । মাছৰ বজাৰখনত আৰি ১হাজাৰ পৰা ১২00টকালৈ, চিতল ৬00-800লৈ, বৰালি ৫00-700 আৰু ভকুৱা ৬00-700 লৈ চলি আছে ।
Last Updated : Jan 13, 2021, 10:39 PM IST