thumbnail

By

Published : Mar 27, 2021, 12:27 PM IST

ETV Bharat / Videos

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিমল বৰাৰ ভোটদান

টিংখাঙত পুৱাৰে পৰা শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া। 119 নং টিংখাং বিধান সভা সমষ্টিৰ 218 টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ 1 লাখ 44 হাজাৰ 549 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 4 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। টিংখাঙৰ ধোৱাপথাৰ প্ৰাথমিক বিদ্যালয়ৰ 180 নং ভোট গ্ৰহণ কেন্দ্ৰত পত্নীসহ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে টিংখাঙৰ বিধায়ক বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিমল বৰাই। বৰাই নিজৰ ঘৰৰ সন্মুখতে থকা ভোট গ্ৰহণ কেন্দ্ৰত সাধাৰণ ৰাইজৰ সৈতে দীঘলীয়া শাৰী পাতি ভোট দিয়া দেখিবলৈ পোৱা যায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.