বিহু মঞ্চ কঁপাবলৈ সাজু কণ্ঠশিল্পী কৃষ্ণমণি নাথ
🎬 Watch Now: Feature Video
নিৰ্বাচনী ব্যস্ততাৰ মাজতো বিহুক লৈ ব্যস্ত এতিয়া প্ৰতিজন অসমীয়া । মঞ্চত গীত পৰিবেশন কৰিবলৈ সাজু এতিয়া কণ্ঠশিল্পীসকল । এইবাৰ কেইবাটাও নতুন গীত লৈ মঞ্চ কঁপাবলৈ সাজু শিল্পী কৃষ্ণমণি নাথ । ই টি ভি ভাৰতৰ সৈতে কৃষমণি নাথৰ এক আছুতীয়া সাক্ষাৎকাৰ ।