বহিঃৰাজ্যৰ শ্ৰমিকলৈ বিশেষ আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ !

By

Published : May 14, 2020, 1:03 PM IST

thumbnail
বহিঃৰাজ্যৰ পৰা অসমলৈ আহিব লগীয়া ৰাইজলৈ বিশেষ আহ্বান ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ৷ বহিঃৰাজ্যৰ পৰা অহা সকলো লোককে স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান সাংসদ গৰাকীৰ ৷ লগতে, কৰ'ণাৰ এই ভয়াবহ পৰিস্থিতিৰ সময়ত সকলোকে একত্ৰিত হৈ চৰকাৰক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান সাংসদ গৰাকীৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.