জয়ৰ পাচত কি ক’লে এআইইউডিএফ প্ৰাৰ্থী ৰফিকুল ইছলামে ? - ৰফিকুল ইছলামে
🎬 Watch Now: Feature Video

জনীয়াত ৰফিকুল ইছলামৰ বৃহৎ জয় ৷ প্ৰায় ডেৰ লক্ষাধিক ভোটত জনীয়াৰ পৰা জয়লাভ কৰে এআইইউডিএফ প্ৰাৰ্থীগৰাকীয়ে ৷ সম্ভৱতঃ ৰাজ্যত বৃহৎ ব্যৱধানত জয়লাভ ৰফিকুল ইছলামৰ ৷ বিজয়ৰ অন্তত সাংবাদিকৰ আগত এইদৰে ক’লে ৰফিকুল ইছলামে...