thumbnail

By

Published : Jul 3, 2022, 11:30 AM IST

ETV Bharat / Videos

1 কেজি নহয় 2 কেজি নহয় 8 কেজি ওজনৰ চিঙৰা: কিন্তু ক'ত ?

চিঙৰা আপোনাৰ প্ৰিয় নে ? সন্ধিয়া চিঙৰাৰ সৈতে চাহ কাপৰ আমেজ তেনেই সুকীয়া ৷ আমি সকলোৱে বজাৰত বিভিন্ন প্ৰকাৰৰ চিঙৰা দেখিছো ৷ কিন্তু আপুনি বাৰু 8 কেজি ওজনৰ চিঙৰা দেখিছেনে ? আজি আপোনালোকক 8 কেজি ওজনৰ এটা বৃহৎ চিঙৰা(8 kg Bahubali samosa) যাক বাহুবলী চিঙৰা হিচাপে নামাকৰণ কৰা হৈছে ৷ কিন্তু ক'ত উপলব্ধ এই বাহুৱলী চিঙৰা সবিশেষ চাওক...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.