মোৰ কোনো ধৰ্ম নাই, ভগবান নাই; মই কাঞ্চনজঙ্ঘাঃ জুবিন গাৰ্গ - Assamese Music
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3248880-thumbnail-3x2-0.jpg)
মৰিগাঁও, 11 মেঃ মৰিগাঁৱত যোৱানিশা সংগীত পৰিৱেশন কৰে জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গে ।মৰিগাঁও চৰাইবাহী আঞ্চলিক বহাগী উৎসৱৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষ্যে আয়োজিত সংগীতানুষ্ঠানত স্বভাৱ সুলভ ভাৱে পৰিচালনাৰ সমিতিৰে আগবঢ়োৱা প্ৰশংসা পত্ৰত জুবিনৰ বিষয়ে আদ্যোপান্ত উল্লেখ কৰাৰ পাছতো "ঘেন্টা কাকো খাতিৰ নকৰো"টো বাকী থাকিল বুলি মন্তব্য কৰে। মৰিগাঁৱৰ চৰাইবাহীৰ এই অনুষ্ঠানতে আগন্তুক ৬ ছেপ্তেম্বৰত মুক্তি পাবলগীয়া অসমীয়া বোলছবি কাঞ্চনজঙ্ঘা চাবলৈ আহবান জনায় শিল্পীগৰাকীয়ে।
Last Updated : May 11, 2019, 3:32 PM IST