হলৌ বান্দৰ সংৰক্ষণৰ বাবে ওলাই আহিল এখন গাঁও

By

Published : Oct 24, 2021, 10:16 PM IST

thumbnail
আজি বিশ্ব হলৌ দিৱস ৷ তিনিচুকীয়াৰ বাৰেকুৰিত হলৌ বান্দৰ সংৰক্ষণৰ বাবে ৰাইজে উলিয়ালে সজাগতামূলক শোভাযাত্ৰা ৷ বিশ্বৰ বিলুপ্তপ্ৰায় প্ৰাণী হলৌ-বান্দৰ সংৰক্ষণ আৰু বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ মানুহৰ মাজত প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ প্ৰতি থকা প্ৰেম অধিক শক্তিশালী কৰাৰ উদ্দেশ্য আয়োজন এই অনুষ্ঠানৰ ৷ 2003 চনত বাৰেকুৰি অঞ্চলত মুঠ 34 টা হলৌ আছিল যদিও বৰ্তমান বিভিন্ন কৃত্ৰিম সমস্যাৰ বাবে 18টাহে হলৌ দেখিবলৈ পোৱা গৈছে । ৰাইজৰ মতে বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত বহু হলৌৰ মৃত্যু হৈছে আৰু মতা হলৌৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে বৰ্তমান হলৌৰ সংখ্যা কমি আহিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.