ETV Bharat / technology

দুটা ইঞ্জিন বিকল্পৰ সৈতে ভাৰতত মুকলি হ’ল 2025 চনৰ ভেস্পা - 2025 VESPA LAUNCHED IN INDIA

Piaggio ই ভাৰতত 2025 চনৰ ভেস্পা মুকলি কৰিছে ৷ এই দুচকীয়াখনৰ বিষয়ে বিতংকৈ জানো আহক--

2025-vespa-launched-in-india-with-two-engine-options-price-availability-features-details-in-assamese
দুটা ইঞ্জিন বিকল্পৰ সৈতে ভাৰতত মুকলি হ’ল 2025 চনৰ ভেস্পা (Vespa)
author img

By ETV Bharat Tech Team

Published : Feb 12, 2025, 1:50 PM IST

হায়দৰাবাদ: Piaggio ই ভাৰতত 2025 চনৰ ভেস্পাক কেইবাটাও আপডেটৰ সৈতে মুকলি কৰিছে । শেহতীয়া স্কুটাৰখন 125 CC আৰু 150 CC ভেৰিয়েণ্টত মুকলি কৰা হৈছে । বৰ্তমান কেৱল 125 CC ভেৰিয়েণ্টহে বাণিজ্যিকভাৱে উপলব্ধ । 1.32 লাখ টকা (এক্স শ্ব’ৰুম, মহাৰাষ্ট্ৰ)ৰ পৰা আৰম্ভ হৈ 1.96 লাখ টকা (এক্স শ্ব’ৰুম, মহাৰাষ্ট্ৰ)লৈ বৃদ্ধি পাইছে ইয়াৰ দাম । বৰ্তমানেও 150cc ভেৰিয়েন্টৰ দাম প্ৰকাশ হোৱা নাই । আপডেট কৰা ভেস্পাৰ সবিশেষ জানো আহক---

2025 চনৰ ভেস্পা: মূল্য আৰু উপলব্ধতা

2025 চনৰ ভেস্পাক দুটা ইঞ্জিন বিকল্পত দিয়া হৈছে-- 125 CC আৰু 150 CC । বৰ্তমান কেৱল 125CC অপচনহে মুকলি কৰা হৈছে । ভেস্পাৰ বেচ ভেৰিয়েন্টৰ মূল্য 1.32 লাখ টকা (এক্স-শ্ব’ৰুম, মহাৰাষ্ট্ৰ), ভেস্পা S ৰ মূল্য 1.36 লাখ টকা (এক্স-শ্ব’ৰুম, মহাৰাষ্ট্ৰ), ভেস্পা টেকৰ মূল্য 1.92 লাখ টকা (এক্স-শ্ব’ৰুম, মহাৰাষ্ট্ৰ) আৰু ভেস্পা এছ টেকৰ মূল্য 1.96 লাখ টকা (এক্স-শ্ব’ৰুম,, মহাৰাষ্ট্ৰ) । 2025 চনৰ 25 ফেব্ৰুৱাৰীৰ পৰা ভেস্পা ডিলাৰশ্বিপত উপলব্ধ হ’ব এই আপডেট কৰা ভেস্পা মডেল ।

তলত উল্লেখ কৰা তালিকাখনত 2025 চনৰ ভেস্পাৰ মূল্য তালিকা উল্লেখ কৰা হৈছে---

2025 ভেস্পা: ভেৰিয়েণ্ট অনুযায়ী দাম আৰু ৰং

ভেৰিয়েণ্টমূল্য (এক্স-শ্ব’ৰুম)ৰং
ভেস্পা1.32 লাখ
  • ভাৰ্ডে আমাবিলে
  • ৰছ’ ৰেড
  • পাৰ্ল হোৱাইট
  • নীৰ’ হোৱাইট
  • আজুৰো প্ৰভেঞ্জা
  • নীলা আৰু পাৰ্ল হোৱাইট
  • কমলা আৰু পাৰ্ল হোৱাইট
ভেস্পা এছ1.36 লাখ
  • ভাৰডে এমবিজি’ছ’ Ambizioso (ম্যাট)
  • অৰো
  • পাৰ্ল হোৱাইট
  • নীৰ’ হোৱাইট (মেট)
  • জিল্ল’ য়েল্ল’ (মেট)
  • আৰানচিঅ' ইম্পলচিভ'
  • ব্লেক এণ্ড পাৰ্ল হোৱাইট
ভেস্পা টেক1.92 লাখ
  • বিশেষ সংস্কৰণ-কোৱালা
  • এনাৰ্জিকো ব্লু
  • গ্ৰীজিঅ' গ্ৰে’
ভেস্পা এছ টেক1.96 লাখ
  • নীৰ’ ব্লেক
  • পাৰ্ল হোৱাইট

2025 চনৰ ভেস্পা: নতুনত্ব কি?

2025 চনৰ ভেস্পা চাৰিটা ভিন্নতাত উপলব্ধ-- ভেস্পা, ভেস্পা এছ, ভেস্পা টেক আৰু ভেস্পা এছ টেক । VXL ভেৰিয়েণ্ট ষ্টেণ্ডাৰ্ড ভেৰিয়েণ্টৰ অধীনত আহিব ৷ আনহাতে SXL ভেস্পা এছ ভেৰিয়েণ্টৰ অধীনত আহিব । দুয়োটা ভেৰিয়েণ্টে নিজৰ মূল ৰেট্ৰ’ ডিজাইন বজাই ৰাখিছে আৰু ভেস্পা এছ ভেৰিয়েণ্টে নতুন ট্ৰেপেজ’ইডাল হেডলাইটৰ সৈতে স্প’ৰ্টী লুক দিছে । ইফালে ষ্টেণ্ডাৰ্ড ভেৰিয়েণ্ট ভেস্পাত বক্ৰ বডিৰ সৈতে অভাল হেডলাইট আছে ।

2025 চনৰ ভেস্পা: বৈশিষ্ট্য

বেচ ভেস্পা আৰু ভেস্পা এছ দুয়োটা ভেৰিয়েন্টতে ডিজিটেল ৰিডআউটৰ সৈতে এনালগ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰৰ বৈশিষ্ট্য আছে ৷ আনহাতে টপ-স্পেক ভেৰিয়েন্ট ভেস্পা টেক আৰু ভেস্পা এছ টেক ভেৰিয়েন্টত কিলেছ ইগনিচন, 5 ইঞ্চিৰ টিএফটি ডিছপ্লে, ব্লুটুথ সংযোগ, নেভিগেচন, আৰু অধিক বৈশিষ্ট্যৰ সৈতে আহে ।

2025 চনৰ ভেস্পা: স্পেচিফিকেশন

আপডেট কৰা ভেস্পাখনৰ আসনৰ উচ্চতা 770 MM আৰু ইন্ধন টেংকৰ ক্ষমতা 7.4 L । ইয়াত 125CC আৰু 150 CC ইঞ্জিন বিকল্প আছে । দুয়োটা ইঞ্জিন OBD-2B কম্প্লাইয়েণ্ট ।

নতুন 125CC ভেৰিয়েণ্টত 124.45 CC, একক চিলিণ্ডাৰ, 4 ষ্ট্ৰ’ক, এয়াৰ কুল্ড, এছঅ’এইচচি, 3 ভালভ FI ইঞ্জিন দিয়া হৈছে যিয়ে 7100 আৰপিএমত 9.3 বিএইচপি পাৱাৰ আউটপুট আৰু 5600 আৰপিএমত 10.1 এনএম টৰ্ক উৎপন্ন কৰে । 150cc ভেৰিয়েন্টত 149.5cc, একক চিলিণ্ডাৰ, 4 ষ্ট্ৰ’ক, এয়াৰ কুল্ড, SOHC, 3 ভালভ FI ইঞ্জিন আছে যিয়ে 7,500 rpm ত 11.2 bhp শক্তি উৎপাদন আৰু 6,100 rpm ত 11.66 Nm টৰ্ক উৎপন্ন কৰে ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.