thumbnail

By

Published : Jun 5, 2021, 10:11 PM IST

ETV Bharat / Videos

ধেমেচীত পৰিবেশ দিৱসত অংশ গ্ৰহণ বিধায়ক চক্ৰধৰ গগৈৰ

আজি 5 জুন অৰ্থাৎ বিশ্ব পৰিবেশ দিৱস । সমগ্ৰ বিশ্বৰ লগতে মৰাণৰ ধেমেচীটো ৰাইজে গছ পুলি ৰোপণ কৰি পালন কৰে বিশ্ব পৰিৱেশ দিৱস । মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইবাৰ পৰিৱেশ দিৱসৰ মূল বিষয় বস্তু ইক চিষ্টেম ৰিষ্টৰেচন তাৎপৰ্যৰ বিষয়ে ৰাইজক অৱগত কৰে । বিধায়ক গৰাকীৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়ত্ৰী, খোৱাং বনাঞ্চলিক বিষয়া কৃষ্ণ হাঞ্চে আৰু স্থানীয় ৰাইজে বিদ্যালয়ৰ চৌহদৰ উপৰি ধেমেচী চাৰিআলিত গছ পুলি ৰোপন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.