thumbnail

By

Published : Dec 20, 2021, 5:19 PM IST

ETV Bharat / Videos

পুৰুষৰ ৰূপত ভাও দি যোৰহাটত মহিলাই মুহিলে দৰ্শকৰ মন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টি ভাওনা (Bhaona incredicble creation of Mahapurush Sankardeva) এসময়ত অকল পুৰুষ সকলৰ দ্বাৰা পৰিচালিত তথা অভিনয় কৰি আহিছিল । কিন্তু কালৰ গতিত এতিয়া মহাপুৰুষ শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনা মহিলা সকলৰ দ্বাৰা সুন্দৰভাৱে প্ৰদৰ্শন কৰা দেখা যায়(Women took part in Bhaona) । যোৰহাটৰ তৰাজান ত্ৰিবেনী মহিলা নাট্য গোষ্ঠীৰ দ্বাৰা গৰখীয়া দ'ল ৰংগমঞ্চৰ বাকৰিত পৰিবেশন কৰা হয় মহাপুৰুষীয়া নাট শ্ৰীকৃষ্ণৰ জন্ম পুতনাৰ মুক্তি লাভ (Women played bhaona in Jorhat) । প্ৰতিটো ভাৱত স্থানীয় মহিলা সকলে কৰা অভিনয়ে মন্ত্ৰমুগ্ধ কৰে উপস্থিত দৰ্শকক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.