আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাব নেকি কৃষকৰ সাহ 'নাঙল' - কৃষক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3788328-thumbnail-3x2-pccc.jpg)
এতিয়া আহাৰ মাহ ! অসমীয়া চহা কৃষকৰ বাবেই এইয়া ভৰপক সময় ৷ পূৱে ঢলফাঁট দিয়াৰ আগতেই গোহালিৰ বলধহাল জুটি কান্ধত নাঙল-যুঁৱলি লৈ হালোৱা পথাৰলৈ ওলাই যায় ৷ নাঙলৰ সীৰলুৰে মেদিনী বিদাৰি কৃষকে ৰচে শইচ সোণোৱালী সপোন ৷ নাঙলৰ মুঠিতেই লুকাই থাকে কৃষকৰ জীৱন জীৱিকাৰ সূত্ৰ ৷ আহাৰ-শাওনৰ পথাৰৰ নান্দনিক সৌন্দৰ্যৰে আগবঢ়াইছো এক বিশেষ প্ৰতিবেদন...