কাজিৰঙাৰ ধাবাত সোমাল বন গাহৰি - বন গাহৰি
🎬 Watch Now: Feature Video

গোলাঘাট, ১৮ জুলাই:বৃহস্পতিবাৰে কাজিৰঙাৰ পেলিকান ধাবাত সোমাল এটা বন গাহৰি । গাহৰিৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিল পুত্ৰ সহ ধাবা খনৰ গৰাকী পংকজ গগৈ । সকলোৰে অলক্ষিতে গাহৰিটো ধাবা খনৰ আগফালৰ পৰা সোমাই আহি ধাবাৰ গৰাকী আৰু তেওঁৰ পুত্ৰৰ ফালে চোঁচা লয় । অৱশ্যে গাহৰিটো পিছ দুৱাৰেদি ওলাই যায় । এই সমগ্ৰ দৃশ্য বন্দী হ'ল ধাবা খনৰ চি চি টিভি কেমেৰাত ।