নিৰ্বাচনৰ প্ৰতি মুৰ্হুতৰ খবৰ দিবলৈ সাজু ইটিভি ভাৰত - প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
🎬 Watch Now: Feature Video

চাওঁতে চাওঁতে পালেহি নিৰ্বাচন ৷ 27 মাৰ্চত ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ মাজত মাথোঁ কেইটামান মুহুৰ্ত ৷ 47টা সমষ্টিৰ প্ৰতিটো কেন্দ্ৰত থাকিব আমাৰ সাংবাদিক ৷ আমি দিম প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো খবৰ ৷ থাকিব আপোনাৰ নখ দৰ্পণত ৷ তাৰ বাবে চাবলৈ নাপাহৰিব ইটিভি ভাৰত ...