কৰ্ণাটকত এটি শিশুৰ ফেঁটী সাপ ধৰাৰ ভিডিঅ' ভাইৰেল

By

Published : Jun 13, 2020, 2:12 PM IST

thumbnail
কৰ্ণাটকত ভাইৰেল হৈছে বিষাক্ত ফেঁটী সাপ ধৰিবলৈ যোৱা এটি 2 বছৰীয়া শিশুৰ ভিডিঅ' ৷ কৰ্ণাটকৰ বেলগাউম জিলাত সংঘটিত হৈছে এই ঘটনা ৷ ভিডিঅ'টোত শিশুটিয়ে সাপটোৰ নেজত ধৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷ শিশুটিৰ এই কাণ্ড প্ৰত্যক্ষ কৰি পিতৃয়ে ভয়ত চিঞৰ উঠাৰ লগতে দৌৰি গৈ শিশুটিক উদ্ধাৰৰ চেষ্টা কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.