thumbnail

By

Published : Jul 27, 2019, 9:04 PM IST

ETV Bharat / Videos

দিপীলাৰ গণহত্যা আৰু আলফাৰ শ্বহীদ দিৱস

27 জুলাই, আলফাৰ শ্বহীদ দিৱস ৷ 1991 চনৰ এই দিনটোতেই দৰঙ জিলাৰ দিপীলাত ভাৰতীয় নিৰপত্তাৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযানৰ নামত গুলীয়াই হত্যা কৰিছিল পাঁচজনকৈ নিৰীহ লোকক ৷ তেতিয়াৰে পৰা এই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাই ৷ শনিবাৰে দিপীলাত অনুষ্ঠিত শ্বহীদ দিৱস অনুষ্ঠানত উপস্থিত থাকে অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া ৷ দুয়োগৰাকী শীৰ্ষ নেতাই শ্ৰদ্ধা জ্ঞাপন কৰে পঞ্চ শ্বহীদলৈ ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.