হেণ্ডকাফ ছিঙি পলোৱা চোৰে দেখুৱালে মাৰাথন দৌৰ : পিছে পিছে আৰক্ষী - চোৰে দেখুৱালে মাৰাথন দৌৰ
🎬 Watch Now: Feature Video
শনিবাৰে বিয়লি লখিমপুৰত এটা চোৰে দেখুৱালে মাৰাথন দৌৰ । দিন দুপৰতে হেণ্ডকাফ ছিঙি নগৰৰ মাজেৰে সদৰ থানাৰ পৰা দৌৰি পলাল চোৰটো (Thief escaped from police custody) । পিছে দৌৰত কম নহয় আৰক্ষীও। তাৰ পিছত কি হ’ল চাও আহক ৷