thumbnail

চকীদাৰ অতীত হ’ল ! এইবাৰ আহিল ড্ৰাইভাৰ

By

Published : Jun 15, 2019, 5:02 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেইমাহমান পূৰ্বে নিজৰ নামৰ আগত চকীদাৰ শব্দ ব্যৱহাৰ কৰি ব্যাপক চৰ্চাৰ সন্মুখীন হৈছিল ৷ প্ৰধানমন্ত্ৰীৰ লগতে বিজেপিৰ সকলো নেতা-কৰ্মীয়ে নিজৰ নামৰ আগত ব্যৱহাৰ কৰিছিল চকীদাৰ ৷ পিচে আজিৰ তাৰিখত অতীত হ’ল এই চকীদাৰ ৷ এতিয়া ৰাজ্যত দেখা গৈছে ড্ৰাইভাৰ ৷ কিন্তু কিয় এই ড্ৰাইভাৰ ব্যৱহাৰ কৰা কৰিছে ৰাজ্যৰ বহু সংখ্যক টেটে শিক্ষকে ৷ এই সন্দৰ্ভত কৰিমগঞ্জৰ পৰা আমাৰ সাংবাদিক ৰাম চক্ৰৱৰ্তীৰ এক প্ৰতিবেদন ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.