ভৱানীপুৰত ভোটগ্ৰহণ চলি থকাৰ সময়তে দুৰ্বৃত্তই ভাঙিলে মা-কালীৰ মূৰ্তি

By

Published : Oct 30, 2021, 7:20 PM IST

thumbnail

উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে ভৱানীপুৰ সমষ্টিৰ চাৰালপাৰাত শ্মশানৰ কালী মন্দিৰত কোনো দুস্কৃতিকাৰীয়ে মা কালীৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰাৰ পিছত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কোনে কি উদ্দেশ্য এই কাম কৰিলে তাৰ ৰহস্য উদ্ঘাটন কৰাৰ দাবী ৰাইজৰ । অৱশেষত বজালী জিলা আৰক্ষী প্ৰশাসনৰ এটা বৃহৎ দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.