যোৰহাটৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত শিক্ষকৰ কান্দোনৰ ৰোল

By

Published : Feb 8, 2021, 8:17 PM IST

thumbnail

যোৰহাটৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত কান্দোনৰ ৰোল ৷ সোমবাৰে কান্দি কান্দি শিক্ষা বিভাগৰ দুৰ্নীতিৰ কথা ক'লে বঞ্চিত শিক্ষকসকলে ৷ 29 বছৰে চাকৰি কৰিও চাকৰি নিয়মীয়াকৰণ তথা প্ৰাদেশীকৰণৰ পৰা বঞ্চিত হ'ল এইসকল শিক্ষক ৷ জ্যেষ্ঠ শিক্ষকক বঞ্চিত কৰি জালিয়াতিৰে কণিষ্ঠ শিক্ষকক নিযুক্তি দিয়াৰ অভিযোগ শিক্ষকসকলৰ ৷ অনতি পলমে চৰকাৰে নিযুক্তি নিদিলে বঞ্চিত শিক্ষকসকলে আত্মহত্যা কৰাৰ হুংকাৰ দিয়ে বঞ্চিত শিক্ষকসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.