thumbnail

By

Published : May 2, 2021, 11:21 AM IST

ETV Bharat / Videos

ৰাজ্যত পুনৰ ফুলিব পদুম:সুমন হৰিপ্ৰিয়া

আমিনগাঁও ভোটগণনা কেন্দ্ৰত উপস্থিত হাজোৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়া । পুনৰ চৰকাৰ গঠনৰ দাবী সুমন হৰিপ্ৰিয়াৰ । বিজেপিৰ বাবে হাজোত দুলু আহমেদ হেনো কোনো ফেক্টৰ নহয় । তিনি নম্বৰতহে থাকিব দুলু আহমেদ । দুলুৰ টাইটানিক ইতিমধ্যেই ডুবিছে । হাজোত পদুম ফুলিব । এশখন নহয় ১০০খন আসনেৰে বিজেপিয়ে ৰাজ্যত চৰকাৰ গঠন কৰিব । এই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.