তেজপুৰত বায়ুসেনাৰ এয়াৰ শ্ব’ - SUKHOI 30
🎬 Watch Now: Feature Video

তেজপুৰ বায়ুসেনা ঘাটিৰ হীৰক জয়ন্তী উপলক্ষে বৃহস্পতিবাৰে তেজপুৰৰ শালনিবাৰী ঘাটিত প্ৰদৰ্শন কৰা হয় এয়াৰ শ্ব’ৰ লগতে বিভিন্ন যুঁজাৰু অস্ত্ৰ ৷ ছুখই-30, হেলিকপ্টাৰে এয়াৰ শ্ব‘ত প্ৰদৰ্শন কৰাৰ লগতে এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হৈছে ''মিছাইল আকাশ''