ষ্টাফড্ এগ ৰেচিপি - কণীৰ উপকাৰিতা
🎬 Watch Now: Feature Video
ষ্টাফড্ এগ বা ডেভিল এগ হৈছে এক সুস্বাদু কণীৰ ব্যঞ্জন ৷ কম সময়তে প্ৰস্তুত কৰিব পৰা এই ব্যঞ্জন স্বাস্থ্যৰ পক্ষেও উৎকৃষ্ট ৷ কণীৰ উপকাৰিতাৰ বিষয়ে হয়তো নতুনকৈ নক'লেও হয় ৷ তথাপিও পুষ্টি আৰু খাদ্য বিশেষজ্ঞ সকলে কণীক অন্যতম পুষ্টিকৰ খাদ্য হিচাপে পৰিগণিত কৰে ৷ এটা কণীত ভিটামিন ডি, জিংক, ছেলেনিয়াম আৰু ভিটামিন ইৰ দৰে স্বাস্থ্যৰ বাবে উপকাৰী উপাদান থাকে ৷ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত অৱদান আগবঢ়ায় ৷ ষ্টাফড্ এগ মেয়'নিজ, আলু, আচাৰ আদিৰে পৰা এক সুস্বাদু ব্যঞ্জন ৷ আপুনি নিজৰ মতেও তৈয়াৰ কৰিব পাৰে এই ব্যঞ্জন...
Last Updated : Jul 29, 2020, 7:32 PM IST