গুৱাহাটীত যান-বাহন আইন উলংঘাকাৰী বাছত ষ্টিং অপাৰেচন - গুৱাহাটীত যান-বাহন আইন উলংঘাকাৰী বাছত ষ্টিং অপাৰেচন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5150934-thumbnail-3x2-hgy.jpg)
মহানগৰীৰ বাছত Etv Bharatৰ সাংবাদিকৰ ষ্টিং অপাৰেচন ৷ গুৱাহাটী মহানগৰীৰ পৰা উজনি অসমলৈ যোৱা বাছসমূহত নাই কোনো আপাতকালীন সুবিধা ৷ যান-বাহনৰ নীতি উলংঘা কৰি অবাধ গতিত চলি আছে শ শ বাছ ৷ এতিয়া প্ৰশ্ন হয় যে যান-বাহন আইনৰ কঠোৰ নীতিৰ পিচতো পৰিবহন বিভাগক ভেঙুচালি দেখুৱাই একাংশ বাছ তথা অন্য বাহনে উলংঘা কৰি আছে যান-বাহন আইন এতিয়া যাত্ৰীসকলৰ সুৰক্ষিত যাত্ৰাৰ বাবে মহানগৰ যান-বাহন আৰক্ষী তথা কামৰূপ মহানগৰ পৰিবহন বিভাগে কি পদক্ষেপ লয়...