সুস্থিৰ অৱস্থাত আছে ৰাজ্যৰ বিত্তীয় ব্যৱস্থা : অজন্তা নেওগ
🎬 Watch Now: Feature Video
সুস্থিৰ ৰাজ্যৰ বিত্তীয় ব্যৱস্থা ৷ বাজেট অনুসৰি আঁচনি ৰূপায়নৰ কামত হোৱা নাই কোনো বিসংগতি ৷ শনিবাৰে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কয়, মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ, কৰ্মচাৰীৰ ১১% DA প্ৰদান আদি বহু বিত্তীয় ফাইলৰ অনুমোদন হৈ আছে ৷ বাদ পৰি ৰোৱা নাই এক লাখ নিযুক্তিৰ প্ৰক্ৰিয়াৰ প্ৰস্তুতি ৷ তদুপৰি উপ-নিৰ্বাচনৰ পাঁচটা সমষ্টিতে শাসক পক্ষৰ জয় নিশ্চিত বুলি উল্লেখ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷
Last Updated : Oct 23, 2021, 7:00 PM IST