ধেমাজিৰ চোতালে চোতালে হাইদাং হুচঁৰি - bohag bihu
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11409174-108-11409174-1618462876205.jpg)
আজি পহিলা ব’হাগ ৷ ৰঙালীৰ ৰঙত মতলীয়া প্ৰতি গৰাকী অসমীয়া ৷ ঢোল,পেঁপা আৰু গগনাৰ মাতেৰে মুখৰিত হৈছে অসমৰ চৌদিশ ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে ধেমাজিৰ বৰদলনি বৰবাম সোণোৱাল কছাৰী গাৱঁতো দেখা গৈছে ৰঙালীৰ পাৰ ভঙা উচাহ ৷ জনগোষ্ঠীটোৰ যুৱকসকলে লগ হৈ পৰম্পৰাগত ভাৱে চোতালে চোতালে জুৰিলে হাইদাং হুচঁৰি ৷