মোদীৰ ১০০ দিনঃ কি কয় বিজেপি বিধায়ক শিলাদিত্য দেৱে - মোদীৰ ১০০ দিন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4376070-thumbnail-3x2-k.jpg)
"মোদীক আধুনিক ভাৰতবৰ্ষৰ জাতিৰ পিতা আখ্যা ৷ কাশ্মীৰৰ পৰা ৩৭০ প্ৰত্যাহাৰ কৰি মোদীয়ে এজন সাহসী নেতাৰ পৰিচয় দিলে ৷ ১০০ দিনত মোদীয়ে যিখিনি কাম কৰিলে কোনেও কৰিব পৰা নাছিল ৷ দ্বিতীয় কাৰ্যকালৰ লোকসভাৰ প্ৰথম অধিবেশনতে গৃহিত কৰিছিল ২৮ খনকৈ বিধেয়ক ৷ আটাইকেইখন বিধেয়কেই আছিল গুৰুত্বপূৰ্ণ ৷ মোদীৰ ১০০ দিনীয়া কাৰ্যকালৰ আন এক সাফল্য ৷"
Last Updated : Sep 8, 2019, 5:17 PM IST