বকোৰ যমুনেশ্বৰ শিৱালয়ত ভক্তৰ ভিৰ - শ্ৰী শ্ৰী যমুনেশ্বৰ শিৱালয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 11, 2021, 4:07 PM IST

সমগ্ৰ অসমৰ লগতে বকোতো উলহ-মালহৰে পালন কৰা হৈছে মহা শিৱৰাত্ৰী পূজা । এই পূজা উপলক্ষে বৃহস্পতিবাৰে পুৱাৰে পৰা বকোৰ নাগোপাৰাস্থিত শ্ৰীশ্ৰী যমুনেশ্বৰী শিৱালয় মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰ দেখা যায় । ডেকা-বুঢ়া, ল’ৰা-ছোৱালী সকলোৱে বিভিন্ন মনোবাঞ্চা পূৰণ কৰাৰ বাবে ভগৱান শিৱৰ আশীষ ল’বলৈ শিৱ মন্দিৰত ভিৰ কৰে । শ্ৰীশ্ৰীযমুনেশ্বৰ শিৱালয়ত এইবেলি ৪৬ তম শিৱৰাত্ৰী পূজা উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ মাজত প্ৰসাদ, খিচিৰি বিতৰণ কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.