thumbnail

By

Published : Jul 6, 2019, 7:24 PM IST

ETV Bharat / Videos

সঁচাকৈ অসমত হ্ৰাস পাইছেনে গঁড় হত্যাৰ ঘটনা ?

অসমত ক্ৰমাগতভাৱে গঁড়হত্যাৰ ঘটনা হ্ৰাস পোৱাৰ তথ্য প্ৰকাশ কৰিছে বন বিভাগে ৷ কিন্তু বনবিভাগৰ এই তথ্যৰ সত্যতাৰ প্ৰতি প্ৰশ্নউত্থাপন কৰিছে 'কাজিৰঙা ওৱাইল্ডলাইফ ছচাইটি'ৰ সঞ্চালিকা মুবিনা আখতাৰে ৷ প্ৰকৃতিপ্ৰেমীগৰাকীৰ অভিযোগ, নিজৰ ব্যৰ্থতা ঢাকিবলৈ প্ৰকৃত তথ্য লুকুৱাই ৰাখিছে বন বিভাগে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.