সম্পূৰ্ণ হৈ উঠিছে ৰূপচী বিমানবন্দৰৰ নির্মাণকাৰ্য - এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া
🎬 Watch Now: Feature Video

দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত নিৰ্মাণ কৰা এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৰাণৱে থকা ৰূপচী বিমানবন্দৰ পুনৰ কাৰ্যক্ষম হৈ উঠাৰ পথত ৷ বুধবাৰে এয়াৰপ'ৰ্ট অথৰিটি অৱ ইণ্ডিয়াৰ উচ্চপদস্ত বিষয়াৰ এটি দলে স্থানীয় জিলা প্ৰশাসনৰ বিষয়াৰ সৈতে ৰূপচী বিমানবন্দৰত উপস্থিত হৈ অহা ১৭ চেপ্টেম্বৰৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰাৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে । চাওক এক প্ৰতিবেদন...