বন্দীত্বৰ সময়ছোৱাত ৰিতুল শইকীয়াক কি ক’লে পৰেশ বৰুৱাই ? - Assam Police
🎬 Watch Now: Feature Video

শনিবাৰে ৰিতুল শইকীয়াৰ মুক্তিৰ পাচতে তেখেতৰ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিৰ লগতে আত্মীয় সকলৰ মুখত বিৰিঙিছে হাঁহি ৷ শনিবাৰে ৰিতুল শইকীয়া বাসগৃহত আহি উপস্থিত হোৱাৰ পাছতে বৈছে আনন্দৰ বন্যা ৷ শনিবাৰে সন্ধিয়া নিজৰ বাসগৃহত সংবাদ মাধ্যমক সম্বোধন কৰি ব্যক্ত কৰিলে অপহৃত হিচাপে কটোৱা দিনৰ অভিজ্ঞতা ৷ চাওঁক ভিডিঅ’...