পৰ্বতসম সম্পত্তিৰে চৰ্চাত বৰাকৰ ৰজা গৌতম ৰয়ৰ পৰিয়াল - গৌতম ৰয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11279286-thumbnail-3x2-pic.jpg)
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অভিলেখ গঢ়া এটা পৰিয়াল ৷ এখন ঘৰ, এটা পৰিয়াল, প্ৰাৰ্থী তিনিগৰাকী ৷ বৰাক উপত্যকাৰ তিনিটা ভিন্ন সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে তিনিওগৰাকীয়ে ৷ কেৱল প্ৰতিদ্বন্দিতাৰ বাবে নহয়,পৰ্বতসম সম্পত্তিৰ বাবেও চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই বিশেষ পৰিয়ালটো ৷ এই বিশেষ পৰিয়ালটো হ’ল প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ...