ৰঙিয়াৰ নকুলৰ ৰাইজে পথাৰত দিছে সাঙৰি - Traditional agricultural culture
🎬 Watch Now: Feature Video

এতিয়া আঘোণ মাহ ৷ শস্য চপোৱাৰ সময় ৷ সোণোৱালী পথাৰত ভিৰ কৰিছে দাৱনীয়ে ৷ ৰঙিয়াৰ পথাৰত কেৱল ধান কটাতে ব্যস্ত নাথাকি, কৃষকসকলে পৰম্পৰা ৰক্ষা কৰিবলৈও চেষ্টা চলোৱা দেখা গৈছে (Traditional agricultural culture) ৷ আঘোণৰ পথাৰৰ অন্যতম পৰম্পৰা হৈছে সাঙৰি বা সাউৰি দিয়া প্ৰথা ৷ সাধাৰণতে ধান কাটি শেষ হোৱাৰ সময়তে অথবা কাঁচি উঠাৰ দিনা গাঁওবাসীয়ে মিলি নিৰ্দিষ্ট এঘৰ লোকৰ পথাৰত সমূহীয়াকৈ ধান কাটে (Traditional agriculture is a way of preserving culture) ৷ এই প্ৰথা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে ৰঙিয়াৰ নকুলৰ কৃষকসকলে ৷ চাওক আমাৰ এই প্ৰতিবেদন...