ৰজাবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ - Protest by tea workers at Golaghat

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 13, 2021, 8:22 AM IST

ক'ভিড আতংকৰ মাজতে শনিবাৰে গোলাঘাটৰ ৰজাবাৰী চাহ বাগিচাত শ্ৰমিকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰজাবাৰী বাগিচা শাখাৰ উদ্যোগত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটেৰে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ বাগিচাখনৰ 600 বিঘা চাহ ভূমি মালিক পক্ষই শ্ৰমিকক অন্ধকাৰত ৰাখি এনআৰএল (NRL)ক বিক্ৰী কৰাৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদত ৰূপায়ণ কৰা হয় এই ধৰ্মঘট ৷ মাটি বিক্ৰী কাৰ্যৰ পৰা বিৰত থাকিবলৈ মালিকপক্ষক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.