thumbnail

মাজুলীত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

By

Published : Apr 9, 2021, 10:05 AM IST

Updated : Apr 9, 2021, 1:17 PM IST

অসমীয়াৰ নঙলা মুখত বাপতি সহোন ৰঙালী বিহু । ইতিমধ্যে ৰাজ্যৰ সকলো প্ৰান্ততে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে ৷ ব্যতিক্ৰম নহয় মাজুলীবাসী ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে মাজুলীবাসীৰ মাজতো দেখা গৈছে ৰঙালীক ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি ৷ কোনো যদি বিহুত অতিথি আপ্যায়নৰ বাবে চিৰা-পঠা যোগাৰ কৰিছে আনফালে আকৌ অসমীয়াৰ আবেগ গোমোচা তথা বিহুৱান তৈয়াৰ কৰাৰ বাবে তাঁতৰ শালত ব্যস্ত হৈ পৰিছে শিপিনি সকল ৷ এক কথা ঢেঁকীৰ গুম গুমনি, তাঁত শালৰ খিতি খিতি শব্দৰ মাজত থাকি ৰঙালী আদৰাৰ বাবে সাঁজু হৈছে মাজুলীৰ মহিলা বোৱাৰী সকল ৷
Last Updated : Apr 9, 2021, 1:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.